-আজিৰ পৰা অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা
-৫৫৬ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা
-প্ৰথমবাৰৰ বাবে সৰ্বাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ HS চূড়ান্ত পৰীক্ষাত
-মুঠ পৰীক্ষাৰ্থী ৩,০৬,৯২৫ জন
-ইয়াৰে ছাত্ৰ ১,৪৪,৫০২ জন
-আৰু ছাত্ৰীৰ সংখ্যা ১,৬২,৫২৩ গৰাকী
-কলা শাখাত অৱতীৰ্ণ ২৩০,০৯১ গৰাকী শিক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৯০,১৪৬ জন
-আৰু ছাত্ৰী ১,৩১,৯৪৫ গৰাকী
-বিজ্ঞান শাখাত অৱতীৰ্ণ ৩২,৯৭৭ জন ছাত্ৰ
-বিজ্ঞান শাখাত অৱতীৰ্ণ ২৪,৭৪৭ গৰাকী ছাত্ৰী
-বাণিজ্য শাখাত অৱতীৰ্ণ ১৭,৮৬৯ গৰাকী শিক্ষাৰ্থী
-কাৰিকৰী শাখাত অৱতীৰ্ণ হ’ব ১,২৪১ পৰীক্ষাৰ্থী
-ইয়াৰে ছাত্ৰ ৮২৬ আৰু ৪১৫ গৰাকী ছাত্ৰী
-সকলো ছাত্ৰ-ছাত্ৰীক সামাজিক মাধ্যম যোগে শুভেচ্ছা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
My best wishes to all candidates appearing in their Higher Secondary Exams which begin today.
— Himanta Biswa Sarma (@himantabiswa) February 13, 2025
Have a calm mind and give your best shot.
Good luck! pic.twitter.com/DGrLjRzWUx