-কাৰ কাৰ ভাগ্যত আছে চৰকাৰী চাকৰি ?
-অপেক্ষাৰ অন্ত পৰিব ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ
-ADREৰ ৰিজাল্টক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
-মাৰ্চ মাহৰ ৭ তাৰিখৰ আগতে ঘোষণা হ’ব ADREৰ ৰিজাল্ট
-ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা
– তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কাৰ কাৰ হাতত আছে ?
-নিকাভাৱে অনুষ্ঠিত হ’ল পৰীক্ষা
-আনিকাভাৱে দিব ৰিজাল্ট
-ভাগ্য উদয় হ’ব হাজাৰ হাজাৰ যুৱক-যুৱতীৰ
-হাঁহি বিৰিঙিব ঘৰে ঘৰে
-আহিব ভাল খবৰ ৭ মাৰ্চৰ আগত
