কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
-সূৰ্যোদয়ৰ লগে লগে আৰম্ভ হ’ ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
–GMCH আৰু AIIMS ৰ চিকিৎসকৰ তত্বাৱধানত সম্পন্ন হৈছে মৰণোত্তৰ পৰীক্ষা
-দ্বিতীয়বাৰৰ বাবে সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
-মৰণোত্তৰ পৰীক্ষাৰ পিছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হ’ব সৰুসজাইলৈ
-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ
-কিছু সময় পিছতেই সম্পন্ন হ’ব মৰণোত্তৰ পৰীক্ষা
-সমগ্ৰ মৰণোত্তৰ পৰীক্ষাৰ কৰা হৈছে ভিডিঅ’গ্ৰাফী
-ডেৰ ঘন্টা সময় প্ৰয়োজন হ’ব এই সমগ্ৰ মৰণোত্তৰ পৰীক্ষাত
-ইয়াৰ পিছতে লৈ যোৱা হ’ব সৰুসজাইলৈ
-সৰুসজাই পৰা পোনে পোনে লৈ যোৱা হ’ব সোণাপুৰৰ কমাৰকুছিলৈ
-আজি ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ
-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়
-সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু
-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ
-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ
লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ