-USTM আৰু মহবুবুল হকৰ বিৰুদ্ধে বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰীৰ
-অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৪৩ গৰাকী ছাত-ছাত্ৰী লৈ গৈছে USTM কৰ্তৃপক্ষই
-মেডিকেল ছীট আৰু CBSEৰ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ কৰাই দিম বুলি প্ৰলোভন দি নামভৰ্তি কৰাইছিল
-২.৫ লাখ টকা পৰ্যন্ত ফীজ লোৱা হৈছিল এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা
-পৰীক্ষাৰ সময়ত বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হ’ল ছাত্ৰ-ছাত্ৰীসকলক
-এই ছাত্ৰ-ছাত্ৰীসকলক নকলৰ প্ৰলোভন দিলে কৰ্তৃপক্ষই
-লগতে ক’লে পৰীক্ষাত সহায় কৰি দিব শিক্ষকে
-কিন্তু চৰকাৰৰ কঠোৰ ব্যৱস্থাৰ বাবে নকল কৰিব নোৱিৰলে ছাত্ৰ-ছাত্ৰীসকলে
-USTMৰ কথা মতে সহায় কৰিব নোৱৰিলে শিক্ষকে
-ইয়াৰ পিছতে ২৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ দিয়ে
-মহবুবুল হকৰ ৱাটছাপ মেচেজৰো তথ্য লাভ কৰিছে চৰকাৰে
-এডমিট কাৰ্ড দিয়াৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যৰ লগত জড়িত মহবুবুল হক
-প্ৰমাণ পোৱাৰ পিছতেহে গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক
-এই সমগ্ৰ ঘটনাৰ লগত মেডিকেলত ছীট পোৱাৰ ঘটনাও জড়িত হৈ আছে
-মহবুবুল হকৰ এই ঘটনাই শিক্ষাখণ্ডত চলি থকা জালিয়াতিক উদঙাই দিছে
-DGP-এ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মহবুবুল হকৰ বিৰুদ্ধে চলাব তদন্ত
-USTM এটা ভুৱা প্ৰতিষ্ঠান
-অসমৰ একাংশ বুদ্ধিজিৱীক ডক্টৰেট দি USTM-এ প্ৰলোভিত কৰি আহিছিল
-OBC নোহোৱাকৈ OBC প্ৰমাণ পত্ৰ উলিয়াইছিল মহবুবুল হকে
-ইয়ে প্ৰমাণ কৰে মহববুল হক এজন প্ৰৱঞ্চক
-পলমকৈ হলেও মহবুবুল হকৰ জালিয়াতি পোহৰলৈ আহিছে
-চৰকাৰে ইয়াক গভীৰতালৈ তদন্ত কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ