BCCI ৰ ডাঙৰ সিদ্ধান্ত
BCCI এ জুবিন গাৰ্গলৈ বিশেষ সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ সিদ্ধান্ত লৈছে। ৩০ ছেপ্তেম্বৰৰ দিনা গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন মেচ। এতিয়া BCCI ৰ সচিব দেৱজিৎ লন শইকীয়াই এক সিদ্ধান্ত গ্ৰহণ কৰিছে।
সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে, উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত। অনুষ্ঠানটোত ৪০ মিনিটৰ বাবে জুবিনৰ জীৱন পৰিক্ৰমা প্ৰদৰ্শন হ’ব।
লগতে পঢ়ক: ‘জুবিনে নিজেই ছিংগাপুৰলৈ টিকট কৰিবলৈ কৈছিল’; অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট
Post Views: 27