‘কাৰণ নোহোৱাকৈয়ে উচটনি দিছিল,সেইবাবেই শিক্ষা দিলো’; পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য

পাকিস্তানৰ বিৰুদ্ধে বিজয়ৰ পিছতে অভিষেক শৰ্মাৰ বিস্ফোৰক ভাষ্য ডুবাইত অনুষ্ঠিত এছিয়া কাপৰ ছুপাৰ ৪ মেচখন সম্পূৰ্ণৰূপে ভাৰতৰ পক্ষত আছিল। দেওবাৰে টিম ইণ্ডিয়াই মাত্ৰ ১৮.৫ অভাৰত পাকিস্তানৰ বিৰুদ্ধে ১৭২ ৰানৰ লক্ষ্য অৰ্জন কৰি এক গুঞ্জৰিত জয় লাভ কৰে। এই জয়ৰ যুগল আছিল অভিষেক শৰ্মা আৰু শুভমান গিল,তেওঁলোকৰ যুটিয়ে মাত্ৰ ৪৯টা বলত প্ৰথম উইকেটৰ বাবে ১০৫ ৰান […]
আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০; সস্তা হ’ব দৈনিক ব্যৱহাৰৰ বহু সামগ্ৰী

আজিৰে পৰা ৰূপায়ণ হ’ল জি এছ টি ২.০ দেশত জি এছ টি ২.০ ৰূপায়ণ কৰা হৈছে আৰু আজি নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা নিত্য নৈমিত্ৰ বহু সামগ্ৰীৰ দাম হ্ৰাস পাইছে,যিবোৰ দেশৰ সাধাৰণ মানুহে প্ৰতিদিনে ক্ৰয় কৰে। ইয়াৰ ভিতৰত গাখীৰ, ৰুটি, ঘিউ আৰু পনিৰ আদি উল্লেখযোগ্য। দেওবাৰৰ পৰা জি এছ টি সংস্কাৰ কাৰ্যকৰী হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ […]
আজিও লোকাৰণ্য সৰুসজাই; প্ৰাণৰ শিল্পীগৰাকীক চাবলৈ লাখ লাখ অনুৰাগীৰ ভিৰ

আজিও লোকাৰণ্য সৰুসজাই আজিও সৰুসজাইত প্ৰাণৰ শিল্পী গৰাকীক চাবলৈ ভিৰ কৰিছে লাখ লাখ জনতাই। জুবিন বিহীন আজি চতুৰ্থ দিনত সৰুসজাইত অনুৰাগীয়ে কৰিছে ভিৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেষবাৰৰ বাবে জুবিনক এবাৰ চাবলৈ বা শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছে অগণন গুণমুদ্ধ।কাইলৈ সোণাপুৰত সম্পন্ন হ’ব জুবিনৰ শেষকৃত্য। তাৰ পূৰ্বে জুবিন গাৰ্গক শেষবাৰৰ বাবে হেঁপাহ পলোৱাই চাবলৈ আহিছে অসংখ্য লোক। […]
পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ; ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য

পানীত ডুবি মৃত্যু হৈছিল হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰাজহুৱা হ’ল জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰমাণ পত্ৰ।ছিংগাপুৰ হাই কমিছনে দাখিল কৰিলে তথ্য। এই তথ্য অনুসৰি চিজাৰ এটেকত নহয় পানীত ডুবি হে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে এখন সংবাদমেল যোগে জনাইছে যে,ছিংগাপুৰৰ পৰা অহা এই ডেথ চাৰ্টিফিকেটসমূহ CID ক প্ৰদান কৰা হ’ব। অৱশ্যে প্ৰকৃত সত্য মৰণোত্তৰ […]
যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা…; মুখ্যমন্ত্ৰী

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা অৱশেষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থান ঘোষণা কৰা হ’ল।যোৰহাট নহয় সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা। প্ৰায় ১০ বিঘা মাটিত হ’ব শিল্পীগৰাকীৰ সমাধিস্থলী। দিচাং ৰিজৰ্টৰ সমীপতে হ’ব জুবিনৰ সমাধিস্থল। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত চৰকাৰৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়া মতে […]
BCCI ৰ ডাঙৰ সিদ্ধান্ত; মহিলা বিশ্বকাপৰ উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত

BCCI ৰ ডাঙৰ সিদ্ধান্ত BCCI এ জুবিন গাৰ্গলৈ বিশেষ সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ সিদ্ধান্ত লৈছে। ৩০ ছেপ্তেম্বৰৰ দিনা গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানৰ লগতে প্ৰথমখন মেচ। এতিয়া BCCI ৰ সচিব দেৱজিৎ লন শইকীয়াই এক সিদ্ধান্ত গ্ৰহণ কৰিছে। সচিব গৰাকীয়ে জানিবলৈ দিয়া মতে, উদ্ধোধনী অনুষ্ঠান উৎসর্গিত হ’ব জুবিনৰ নামত। […]
‘জুবিনে নিজেই ছিংগাপুৰলৈ টিকট কৰিবলৈ কৈছিল’; অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট

অসমবাসীক ক্ষমা বিচাৰি শ্যামকানু মহন্তৰ দায়সৰা পোষ্ট জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এহাজাৰ দাখিল কৰা হৈছে।সমগ্ৰ অসমবাসীয়ে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰিবৰ বাবে দাবী উত্থাপন কৰিছে। তাৰ মাজতে সামাজিক মাধ্যমত শ্যামকানু মহন্তই দিছে এটা বিশেষ পোষ্ট। পোষ্টটোৰ শ্যামকানু মহন্তই লিখিছে যে,শ্ৰদ্ধেয় ৰাইজ, এই মহা শোকৰ সময়ত আজি ভীষণ পীড়া, শোক আৰু […]
‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে গৰিমা শইকীয়া গাৰ্গে

‘আপোনালোকৰ মাজতেই জুবিন থাকিব’ শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে এতিয়া সৰুসজাইত ৰখা হৈছে অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক। তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আজি আৰু কাইলৈ অসমবাসীয়ে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব জুবিন গাৰ্গক। আৰু সৰুসজাইত মৰমৰ গোল্ডিৰ কাষত ৰৈ অসমবাসীক ধন্যবাদ জনালে গৰিমা শইকীয়া গাৰ্গে।জুবিন থকা হেতেন আজি সকলোকে কৃতজ্ঞতা জনালে হেতেন। কিন্তু […]
শেষবাৰলৈ নিজৰ ঘৰখনত জুবিন গাৰ্গ; স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা

স্বামীৰ কাষতে ৰৈ পত্নী গৰিমাই কৈ গ’ল কবলগীয়া বহু কথা আৰু কেতিয়াও কাহিলীপাৰৰ ঘৰখনলৈ নাহে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। শেষবাৰৰ বাবে কাহিলীপাৰাৰ বাসগৃহত চিৰনিদ্ৰাত হাৰ্টথ্ৰৱ গৰাকী। সদায় হাঁহিমুখে ঘৰলৈ যোৱা ল’ৰাটো আজি কফিনৰ কাঁচৰ বাকচটোৰ ভিতৰত শান্ত হৈ শুই আছে।কাষত আছে মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সদায় শিশুৰ দৰে মৰম কৰা জুবিনৰ কাষত ৰৈ […]
‘একনাথ শিন্দেক শিৱসেনা লাহে লাহে বিজেপিৰ সৈতে একত্ৰিত হৈছে…;সাংসদ সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য

সাংসদ সঞ্জয় ৰাউতৰ ডাঙৰ মন্তব্য শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে পুনৰ একনাথ শিণ্ডে ফৈদৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে।তেওঁ কয়, “দেশদ্ৰোহীয়ে আমাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে… ৰাজেশ ম’ৰে কোন সেইটোও আমি নাজানো।” সঞ্জয় ৰাউটেও প্ৰতাপ সাৰ্নাইক আৰু একনাথ শিন্দেৰ কৃতিত্বক লৈ প্ৰশ্ন উত্থাপন কৰি কয় এই সকলোবোৰ মাথোঁ মনোযোগ আঁতৰোৱাৰ প্ৰয়াস। তেওঁ স্পষ্টকৈ ক’লে যে তেওঁ থানেলৈ […]