Guwahati,
Switch To ENGLISH
Sign in orRegister?
-দুৰ্গোৎসৱৰ আনন্দ উছাহৰ মাজতেই ৰুষ্ট প্ৰকৃতি । -গোসাঁইগাঁৱত বজ্ৰপাতত ভয়ংকৰ ঘটনা । -বজ্ৰ পৰি থিতাতে নিহত দুটা গো-ধন । -কথমপি প্ৰাণৰক্ষা হোমেন মাৰ্ডী নামৰ খেতিয়কজনৰ পৰিয়ালটোৰ । -বিদ্যুতৰ স্মাৰ্ট মিটাৰ পৰ্যন্ত জ্বলিল বজ্ৰপাতত । Post Views: 49
-দুৰ্গোৎসৱৰ আনন্দ উছাহৰ মাজতেই ৰুষ্ট প্ৰকৃতি ।
-গোসাঁইগাঁৱত বজ্ৰপাতত ভয়ংকৰ ঘটনা ।
-বজ্ৰ পৰি থিতাতে নিহত দুটা গো-ধন ।
-কথমপি প্ৰাণৰক্ষা হোমেন মাৰ্ডী নামৰ খেতিয়কজনৰ পৰিয়ালটোৰ ।
-বিদ্যুতৰ স্মাৰ্ট মিটাৰ পৰ্যন্ত জ্বলিল বজ্ৰপাতত ।