ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ আহিছে এটা ভালখবৰ। চৰকাৰী কৰ্মচাৰীসকলক দীপাৱলীৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বৱ শৰ্মাই । দীপাৱলী উপলক্ষ্যে ৩০ তাৰিখৰ পূৰ্বেই চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহা।
আগতীয়াকৈ চৰকাৰী কৰ্মচাৰীৰ একাউন্টত সোমাব চলিত মাহৰ দৰমহা। সামাজিক মাধ্যমযোগে এই সুখবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।২৮ অক্টোবৰৰ পৰা প্ৰদান কৰা হ’ব দৰমহা
Post Views: 54