ৰাজ্যত বন্ধ হ’ব ৩৬টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। ৰাজ্যৰ প্ৰশাসনে জাৰি কৰিলে এখন তালিকা। এই তালিকা অনুসৰি বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰ কাৰ্যালয়, বৰেপটাৰ বাঘবৰ, সৰ্থেবাৰী ৰাজহ চক্ৰ কাৰ্যালয়, বঙাইগাঁৱৰ দাংতল, মানিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়, বিশ্বনাথৰ হেলেন ৰাজহ চক্ৰ কাৰ্যালয়, চৰাইদেউৰ সাপেখাটী ৰাজহ চক্ৰ কাৰ্যালয়, দৰঙৰ পাথৰিঘাট,

পূৱ মঙলদৈ ৰাজহ চক্ৰ কাৰ্যালয়, ধেমাজীৰ গোগামুখ ৰাজহ চক্ৰ কাৰ্যালয়, ধুবুৰীৰ আগমনি, চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়, ডিব্ৰুগড়ৰ পশ্চিম ডিব্ৰুগড় ৰাজহ চক্ৰ কাৰ্যালয়, গোৱালপাৰাৰ ৰংজুলি ৰাজহ চক্ৰ কাৰ্যালয়, গোলাঘাটৰ খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়, হাইলাকান্দিৰ আলকামুখ ৰাজহ চক্ৰ কাৰ্যালয়, যোৰহাটৰ যোৰহাট পশ্চিম ৰাজহ চক্ৰ কাৰ্যালয়, কামৰূপ মেট্ৰৰ চন্দ্ৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়, কামৰূপৰ উত্তৰ গুৱাহাটী, কয়া, ছয়গাঁও, নগৰবেৰা, চমৰীয়া ৰাজহ চক্ৰ কাৰ্যালয়, কৰিমগঞ্জৰ বদৰপুৰ ৰাজহ চক্ৰ কাৰ্যালয়, লক্ষীমপুৰৰ কদম, সোৱণশিৰি ৰাজহ চক্ৰ কাৰ্যালয়, মাজুলীৰ উজনি মাজুলী ৰাজহ চক্ৰ কাৰ্যালয়, মৰিগাঁৱৰ মিকিৰভেটা, ভূৰাগাঁও ৰাজহ চক্ৰ কাৰ্যালয়, নলবাৰীৰ পশ্চিম নলবাৰী, ঘগ্ৰাপাৰ, বৰভাগ, বানেকুছি ৰাজহ চক্ৰ কাৰ্যালয়, শিৱসাগৰৰ আমগুৰি ৰাজহ চক্ৰ কাৰ্যালয়, দক্ষিন শালমাৰা মানকাছাৰৰ দক্ষিন শালমাৰা ৰাজহ চক্ৰ কাৰ্যালয়। চৰকাৰৰ এই সিদ্ধান্তৰ পিছতেই এতিয়া চিন্তিত হৈ পৰিছে ৰাহজ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকল।