-২৪-২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ADVANTAGE ASSAM 2.O
-দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ADVANTAGE ASSAM 2.O
-প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব এই ছামিট
-দেশ-বিদেশৰ বহু বিনিয়োগকাৰীয়ে অংশ লব বহু লোকে
-২৪ অথবা ২৫ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ’ব সাৰ্বজনীন ঝুমুৰ
-৭৫০০ কলা-কুশলীয়ে অংশ লব ঝুমুৰ নৃত্যত
-বিনিয়োগকাৰীসকলৰ আগত প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য
-সামৰণি অনুষ্ঠানলৈ আহিব বিত্তমন্ত্ৰী
-জনতা ভৱনত সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই