-১৯জানুৱাৰীত অনুষ্ঠিত হ’ব টেট-নিযুক্তি পৰীক্ষা
-২৯ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট-নিযুক্তি পৰীক্ষা
-নূন্যতম ১৫ দিন পৰীক্ষা পিচুৱাবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
-পাঠ্যক্ৰম সলনি কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে দাখিল কৰিছিল লেখ আবেদন
-নতুনকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিল গণিত বিষয়
-গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিতে সলনি কৰিলে নিযুক্তি পৰীক্ষাৰ দিন
-পৰীক্ষাৰ নতুন দিন ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ