১৪ দিনৰ জেললৈ প্ৰেৰণ অভিনেতা আল্লু অৰ্জুনক।
প্ৰিমিয়াৰ শ্ব’ত মহিলাৰ মৃত্যু হোৱা গোচৰত গ্ৰেপ্তাৰ আল্লু অৰ্জুন।
পুষ্পা-২ৰ প্ৰিমিয়াৰত পদপিষ্ট হৈ মৃত্যু হৈছিল এগৰাকী মহিলাৰ।
আজি হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক।
কিন্তু আদালতৰ পৰা কোনো সকাহ নাপালে আল্লু অৰ্জুনে।
জামিন নোপোৱা পৰ্যন্ত জে’লতেই থাকিব লাগিব অভিনেতা আল্লু অৰ্জুন।
