এজন দুজন নহয়। বিভিন্নজনৰ লগত আছিল মহিলা গৰাকীৰ প্ৰেমৰ সম্পৰ্ক । স্বামী থাকে বেংগালুৰত । কন্যাৰ সৈতে ধুবুৰীৰ ৱাৰ্ড নং ৭ সদৰ থানা বাই লেনত থাকে পত্নী । কিন্তু স্বামী নথকাৰ সুযোগ লৈ মহিলাগৰাকীয়ে দীৰ্ঘদিনৰ পৰা ঘৰতে চলাই আহিছিল দেহ ব্যৱসায়। স্থানীয় ৰাইজে সেই কথা জানিব পাৰি এজন ব্যক্তিৰ সৈতে হাতে লুটে ধৰিলে মহিলা গৰাকীক। দুয়োকে ধৰি ৰাইজে দিলে লপা থপা। পিছত ধুবুৰী সদৰ থানালৈ লৈ যোৱা হয় দুয়োকে।
