সোণাপুৰৰ হাতীমূৰাই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা
-সোণাপুৰৰ হাতীমূৰাতেই হ’ব পাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য !
-শেষকৃত্য অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনৰ যুদ্ধকালীন প্ৰস্তুতি
-নিৰ্ধাৰণ কৰা স্থানত উপস্থিত হৈছে জিলা আয়ুক্ত
-এই পৰ্যন্ত আনুষ্ঠানিক ঘোষণা কৰা নাই জিলা প্ৰশাসনে
-৫টাকৈ স্থানৰ প্ৰস্তাৱ প্ৰিয় শিল্পীগৰাকীৰ পৰিয়ালক আগবঢ়াইছে চৰকাৰে
-পৰিয়ালৰ সন্মতিতে কেবিনেট বৈঠকে চূ়ড়ান্ত কৰিব স্থান
-খন্তেক পিছতেই কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হ’ব আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ
-জুবিনক এবাৰ চাবলৈ কাহিলীপাৰাত লাখ লাখ লোকৰ ভিৰ
-মায়াবিনী গাই লাখ লাখ লোকে জনাইছে শ্ৰদ্ধাঞ্জলি
-কাহিলীপাৰাৰ পিছতেই সৰুসজালৈ লৈ যোৱা হব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ
লগতে পঢ়ক : গুৱাহাটী পালেহি আদৰৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…
Post Views: 35