-চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে সোণালী সুযোগ
-ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হৈছে হাজাৰ-হাজাৰ পদ
-১৭ ডিচেম্বৰ অৰ্থাত আজিৰে পৰাই কৰিব পাৰিব আবেদন
-জুনিয়ৰ এছচিয়েট,গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিচাৰিছে বিজ্ঞাপন
-আবেদনৰ শেষ সীমা ৭ জানুৱাৰী,২০২৫
-সমগ্ৰ দেশত মুঠ ১৩,৭৩৫ টা পদ খালী
-অসমত খালী পদৰ সংখ্যা ৩১১ টা
-অৰুণাচল প্ৰদেশ,মেঘালয়,নাগালেণ্ড,লক্ষ্ণৌ,দিল্লী আদি বহু প্ৰান্তত খালী আছে পদ
-স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণই কৰিব পাৰিব আবেদন
-প্ৰাৰ্থীৰ বয়স ২০-২৮ বছৰ
-https://bank.sbi/careers বা https://www.sbi.co.in/careersত কৰক আবেদন
-দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আবেদনকাৰী
-পুনৰ স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী