জীৱন-মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে SI অৰ্চনা দেৱীয়ে।৮ অক্টোবৰৰ নিশা সোনাপুৰত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনাটো।

চেন্ট্ৰেল পেট্ৰলিঙৰ দায়িত্বত আছিল ভঙাগড় থানাৰ SI অৰ্চনা দেৱী ৷লগত আছিল দুই কনিষ্টবল। ৰখাই থোৱা এখন বাহনত খুন্দা মাৰিছিল আৰক্ষীৰ পাপা বাহনখনে। তেতিায়াৰে পৰাই GMCH ভেণ্টিলেচনতে আছিল অৰ্চনা দেৱী।