বোকাখাত সাপজুৰি বঙালী গাৱঁত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।মাজুপুত্ৰই মাতৃ শেৱালী গগৈক হত্যা কৰাৰ সন্দেহ । জন্মদাত্ৰী মাতৃক হত্যা কৰাৰ সন্দেহ মাজুপুত্ৰ চন্দন বৰাৰ ওপৰত।হত্যাৰ সন্দেহত ইতিমধ্যে দুই পুত্ৰ মামু বৰা আৰু চন্দন বৰাক আটক কৰিছে বোকাখাত আৰক্ষীয়ে। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই হত্যাৰ কাৰণ ।
