-ডবকা টোল গেটত উত্তপ্ত পৰিস্থিতি
-যাত্ৰীবাহী বাছত টোলগেট কৰ্মচাৰীৰ আক্ৰমণ
-চোকা অস্ত্ৰৰে বাছখনত আক্ৰমণ কৰাৰ অভিযোগ

-ডবকাৰ পৰা নগাঁও অভিমুখী বাছখনত এই অনাকাঙ্খিত ঘটনা
-বাছখনৰ নম্বৰ AS01 – HC – 1458
-ডবকা আৰক্ষী উপস্থিত হৈ আটক কৰিছে এজনক
-চোকা অস্ত্ৰৰে আক্ৰমণ কৰা অভিযুক্তই পলায়ন কৰাৰ অভিযোগ
Post Views: 64