মুকলি আকাশৰ তললৈ আহিল দিল্লী কেজৰিৱাল চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন। দিল্লীৰ ৰ’জ এভিনিউ আদালতে শুকুৰবাৰে মঞ্জুৰ কৰে জামিন। ২০২২ চনৰ ৩০ মে’ত EDয়ে ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আপৰ নেতা জ্যেষ্ঠ নেতা সত্যেন্দ্ৰ জৈনক। অৱশেষত ২ বছৰৰ মুৰত জামিন পালে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতেই হুকহুকাই কান্দি উঠিল সত্যেন্দ্ৰ জৈনৰ পত্নী।
Post Views: 14