-মাটি-বাৰী ক্ৰয়-বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ
-অসমৰ কিছু ব্লকত প্ৰযোজ্য হ’ব কিছু নতুন নিয়ম
-বিশেষ কিছু অঞ্চলত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ত প্ৰযোজ্য হ’ব নতুন নিয়ম
-অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ‘৫১ৰ আগত অহা লোকেহে মাটি কিনা-বেচা কৰিব পাৰিব
-মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়
-আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত
-এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু NON মিউনিছিপালটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰ।যোজ্য
-ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে
-জনজাতীয় আৰু অনূসুচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণ পত্ৰ
-ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভুমিত হব ছাৰ্ভে
-ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটীয়ৰ প্ৰতিবেদন অনুসৰি হ’ব জৰীপ
-চৰ অঞ্চলত ছাৰ্ভে হোৱা মানেই ছেটেলমেন্ট নহয়