-বহাগ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ আহি গ’ল ভাল খবৰ
-১ এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল
-প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল
-সাধাৰণৰ ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত হ্ৰাস পাব ১ টকাকৈ
-জীৱনধাৰা আঁচনিৰ গ্ৰাহকৰ বাবেও ১টকাকৈ হ্ৰাস পাব বিদ্যুতৰ মাচুল
-বাণিজ্যিক গ্ৰাহকৰ বাবেও কমাই দিয়া হৈছে বিদ্যুৎ মাচুল
-প্ৰতি ইউনিটত ২৫ পইচাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল
-সংবাদমেলযোগে ঘোষণা অসম বিদ্যুৎ নিয়ামক আয়োগৰ