-প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা
-আপুনিও পৰীক্ষা কৰক ভোটাৰ তালিকাত আপোনাৰ নাম
-২৮ নৱেম্বৰৰ ভিতৰত আপুনি দিব পাৰিব অভিযোগ
-দাবী আৰু আপত্তিৰ নিস্পত্তিৰ সময় ২৪ ডিচেম্বৰ
-চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ২০২৫ বৰ্ষৰ জানুৱাৰী মাহৰ ৬ তাৰিখে
কিদৰে আৰু ক’ত পৰীক্ষা কৰিব তালিকাত আপোনাৰ নাম-
-আজিয়ে যাওক জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়লৈ
-চক্ৰ বিষয়াৰ কাৰ্য়ালয়, সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটো পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম
-অনলাইনটো নাম পৰীক্ষাৰ বাবে মুকলি কৰা হৈছে ৱেবচাইট
-www.ceoassam.nic.in ৱেবচাইটত কৰিব পাৰিব পৰীক্ষা
-ভোটাৰৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন
-ভোটাৰ হেল্পলাইন এপ ডাওনলোড কৰক প্ৰতিগৰাকী ভোটাৰে
-voters.eci.gov.in ত উপলব্ধ ভোটাৰ হেল্পলাইন এপ
-ই-মেইল যোগেও দিব পাৰিব অভিযোগ
[email protected]ত লাভ কৰিব সমিধান