-উজনিলৈ যোৱা মিঞা শ্ৰমিকক বাছৰ পৰা নমাই দিলে আমছুৱে ।
-দক্ষিণ কামৰূপৰ সোণতলিৰ পৰা উজনি অভিমুখী আছিল বাছখন ।
-ইটাভাটাত কাম কৰিবলৈ ওলোৱা শ্ৰমিকক বাধা প্ৰদান কৰিলে আমছুৱে ।
-৩৫গৰাকী শ্ৰমিক যাবলৈ সাজু হৈছিল তেজপুৰলৈ ।
-মিঞা শ্ৰমিকৰ নিৰাপত্তাৰ কথা চিন্তা কৰি আমছুৱে এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰে ।
-সুৰক্ষা প্ৰদান নকৰা পৰ্যন্ত উজনি লৈ যোৱাত বাধা আৰোপ কৰিব বুলি উল্লেখ সংগঠনটোৰ ।