-ৰাজ্যত ইটোৰ পিছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা
-এইবাৰ সাংবাদিকৰ বাহন দুৰ্ঘটনাত পতিত
-বাতৰি সংগ্ৰহ কৰি ওভতাৰ পথতে কোকৰাঝাৰত পতিত হয় দুৰ্ঘটনাত
-দুৰ্ঘটনাত আহত হয় ৫ গৰাকীকৈ সাংবাদিক
-আহত সাংবাদিক কেইজন অশোক কুমাৰ বৰ্মন, সুৰজ বসুমতাৰী
-প্ৰণৱ মুছাহাৰী, গেওলাংছাৰ নাৰ্জাৰী, ডেভিদ বসুমতাৰী
-অশোক কুমাৰ বৰ্মনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে
-ভাৰত-ভূটান সীমান্তৰ জাৰবাৰী হাইস্কুলৰ পৰা বাতৰি সংগ্ৰহ কৰি ওভতিছিল সাংবাদিকৰ দলটো
-কোকৰাঝাৰ বিছমুৰি সোণাপুৰত নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা মাৰে বাহনখনে
