বলীউডৰ অভিনেত্ৰী কাজলে অতি ধুমপানেৰে উদযাপন কৰে দুৰ্গা পূজা।তাৰ মাজতে কাজলৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । সদায় হাঁহি আৰু ফুৰ্তিত থকা কাজলক ভিডিঅ’টোত খং কৰা দেখিবলৈ পোৱা গৈছে।দুৰ্গা পূজা বুলি পৰিয়ালৰ সৈতে পূজাস্থলীত উপস্থিত হৈছিল কাজল । হঠাৎ পূজাস্থলীত থকা মাইকটো লৈ খঙতো গালি পাৰিলে বহু ভক্তক। দৰাচলতে পূজাস্থলীত বহুত লোকে জোতা চেণ্ডল পিন্ধি প্ৰৱেশ কৰিছিল । সেই কথাতেই খং উঠিল অভিনেত্ৰী কাজলৰ । যাৰ বাবে পূজাস্থলীতে ভক্তক গালি দিলে কাজলক।
