-ট্ৰেডিং কেলেংকাৰীৰে জড়িত বিশাল ফুকনৰ জামিন মঞ্জুৰ
-স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাৰো জামিন মঞ্জুৰ
-গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
-ট্ৰেডিং কেলেংকাৰীৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ
-কোটি-কোটি টকা আত্মসাত কৰাৰ উত্থাপন হৈছিল অভিযোগ
Post Views: 220