জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ
–জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ নতুন মোৰ
-দুটাকৈ নতুন নাম সংযোজিত হৈছে এজাহাৰত
-সঞ্জীৱ নাৰায়ণ আৰু শেখৰজ্যোতি গোস্বামীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে এজাহাৰত
-জাতীয় নাৰী বাহিনীয়ে দিছিল এজাহাৰ
-CID-এ সঞ্জীৱ নাৰায়ণ আৰু শেখৰ গোস্বামীক কৰিব জেৰা
-সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লগতে পঢ়ক : পুনৰ মৰণোত্তৰ পৰীক্ষা হ’ব জুবিন গাৰ্গৰ… সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰীৰ
Post Views: 27