জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ ওচৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। তথ্য অনুসৰি, এই আক্ৰমণত ৫ জন সৈনিক আহত হৈছে। সন্ত্ৰাসবাদী আক্ৰমণটো এলওচি ওচৰৰ গুলমাৰ্গৰ বোটাপথাৰৰ নাগিন অঞ্চলত সংঘটিত হৈছিল।এই আক্ৰমণটো ১৮ ৰাষ্ট্ৰীয় ৰাইফলছৰ (আৰআৰ) বাহনত সংঘটিত হৈছে।
