-মাদ্ৰাছাক বন্ধ কৰাক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
-চৰকাৰী মাদ্ৰাছা বন্ধ কৰাত স্থগিতাদেশ
-মাদ্ৰাছাৰ পুঁজি বন্ধ কৰাটো স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ
-শিক্ষাৰ অধিকাৰ আইনৰ দোহাই দি এই নিৰ্দেশনা
-ৰাষ্ট্ৰীয় শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগে ধন বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল
-জমিয়ত উলেমা-ই হিন্দে ইয়াৰ বিৰুদ্ধে ওচৰ চাপিছিল উচ্চতম ন্যায়ালয়ৰ
-উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে দিয়ে এই স্থগিতাদেশ