গুৱাহাটী পালেহি মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ…
-বৰঝাৰ বিমান বন্দৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ
-এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰিয়তে লৈ অনা হ’ল জুবিনৰ নশ্বৰ দেহ
-হাতত গামোচা লৈ নিথৰ জুবিনক আদৰিবলৈ বিমান বন্দৰত প্ৰৱেশ গৰিমা শইকীয়া গাৰ্গ
-জুবিনৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগে কান্দোনত ভাগি পৰিছে জনতা
-জনসমুদ্ৰত পৰিণত বৰঝাৰ বিমান বন্দৰ
-বৰঝাৰ বিমানৰ বন্দৰৰ পৰা সৰুসজাইলৈকে জনতাৰ ভিৰ
-পথৰ দুয়োকাষে লাখ লাখ লোক
-বিমানবন্দৰৰ পৰা নিয়া হব কাহিলীপাৰাস্থিত বাসগৃহলৈ
লগতে পঢ়ক : আকাশমাৰ্গেৰে দিল্লীৰ পৰা অসমলৈ আহি আছে প্ৰিয় শিল্পী জুবিন গাৰ্গ…
Post Views: 27