প্ৰায়বোৰ সময়ত গাধক আমি মুৰ্খৰ জীৱ বুলি কও আৰু বুৰ্বকৰ উদাহৰণ দিবৰ বাবে আমি গাধৰ কথা উল্লেখ কৰো ।
কিন্তু প্ৰকৃত সত্য কি আপুনি বাৰু জানেনে ? আপোনালোকে হয়টো নাজানে যে গাধৰো আছে বুদ্ধিমত্তা । বিজ্ঞান সঞ্চালকৰ এটা ৰিপৰ্ট অনুসৰি গাধৰ বুদ্ধিমত্তা ২৭.৬২ ফীচদী। আৰু মানুহৰ বুদ্ধিমত্তা ৩৩.২৩ ফীচদী।
অৰ্থাৎ গাধৰ তুলনাত মানুহৰ বুদ্ধিমত্তা মাত্ৰ ৫.৬১ হে বেছি ।অন্য জীৱ-জন্তুৰ দৰে গাধৰো আছে বুদ্ধিমত্তা ।
সেই ৰিপৰ্ট অনুসৰি গাধৰ স্মৃতি বহু বেছি ।কুকুৰ দৰে গাধকো বুদ্ধিমান জন্তু বুলি ধৰা হয়।