টেলিভিচনৰ জনপ্ৰিয় অভিনেত্ৰী দীশা ৱাকানী ওৰফে দয়াবেনে পুনৰবাৰ সৰু পৰ্দালৈ উভতি অহাৰ খবৰে চৰ্চা লাভ কৰিছে। জানিব পৰা মতে দীশাক ৰিয়েলিটি শ্ব’ BIGG BOSS 18 ত অংশ গ্ৰহণৰ প্ৰস্তাৱ দিছে। কেৱল ইমানেই নহয় তেওঁক ৬৫ কোটি টকাৰ পাৰিশ্ৰমিকৰো প্ৰস্তাৱ দিছে । কিন্তু সেই প্ৰস্তাৱ নাকচ কৰিছে অভিনেত্ৰী গৰাকীয়ে। অৱশ্যে সূত্ৰ অনুসৰি অভিনেত্ৰী গৰাকীলৈ তেনে কোনো প্ৰস্তাৱ দিয়া নাই । এই সকলোবোৰ উৰা বাতৰিহে।
