-ৰাজ্যত উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা
-ধলাই সমষ্টিত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব

-বিহালী সমষ্টিত দিগন্ত ঘাটোৱাৰক প্ৰাৰ্থিত্ব
-চামগুৰি সমষ্টিত দিপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব
-বৰ্তমানো ঘোষণা হোৱা নাই ছিদলী আৰু বঙাইগাঁও সমষ্টিৰ প্ৰাৰ্থী
-বঙাইগাঁওত অগপ আৰু ছিডলীত ইউ.পি.পি.এলে আগবঢ়াব প্ৰাৰ্থিত্ব
Post Views: 51