কাইলৈ লক্ষ্মী পূজা, লক্ষ্মী পূজাৰ আগদিনা অৰ্থাৎ আজিৰ দিনটোত এইকেইটা ৰাশিৰ জাতক-জাতিকাই কৰক এইকেইটা কাম। মা লক্ষ্মী আপোনাৰ কাষ চাপিব।
মেষ ৰাশি- ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সাৱধান হ’ব । পিতৃৰ পৰা ডাঙৰ উপহাৰ লাভ কৰিব। বিবাহিত জীৱন মসৃণ থাকিব। সম্পত্তি ক্ৰয়ৰ যোগ আছে। শুভ সংখ্যা- ৪, শুভ ৰং- সেউজীয়া
মেষ ৰাশি- ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সাৱধান হ’ব। পিতৃৰ পৰা ডাঙৰ উপহাৰ লাভ কৰিব। বিবাহিত জীৱন মসৃণ থাকিব। সম্পত্তি ক্ৰয়ৰ যোগ আছে । শুভ সংখ্যা- ৯, শুভ ৰং-বগা
বৃষ ৰাশি- আকস্মিকভাৱে ধন লাভ কৰাৰ সম্ভাৱনা। ঘৰত কোনো কথাক লৈ কন্দল হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ’ব অন্যথা আপোনাৰ সৰলতাৰ সুযোগ ল’ব। শুভ সংখ্যা-১, শুভ সংখ্যা- হালধীয়া
মিথুন ৰাশি- অৰ্থহানিৰ পূৰ্ণসম্ভাৱনা আছে। জ্যেষ্ঠজনক সমিহ কৰি চলিব । আজি শনি মন্দিৰত ক’লা কাপোৰ দান কৰক, লগ দিব ভাগ্যই। শুভ সংখ্যা-৬, শুভ ৰং-নীলা
কৰ্কট ৰাশি-স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব। পৰিয়ালৰ লগত সময় কটাওক , দিনটো ভালদৰে যাব। ধন জমা কৰিবলৈ শিকক। শুভ সংখ্যা-৪, শুভ ৰং- কমলা
সিংহ ৰাশি- কোৰ্টত চলি থকা কোনো কেচত জয় লাভ কৰিব । জীৱনলৈ হঠাৎ কাৰোবাৰ আগমন হ’ব । সহকৰ্মীৰ লগত সংঘাত হ’ব পাৰে । ভিক্ষাৰীক খাদ্য দান কৰক। শুভ সংখ্যা- ৪ শুভ ৰং-ক’লা
কন্যা ৰাশি- মনটো সংযত কৰক। বন্ধুৰ কথাত ভুল নাযাব। অন্যথা জীৱনলৈ আহিব বিপদ । আজি কোনো ভিক্ষাৰীক কাপোৰ দান কৰিব পাৰে। শুভ সংখ্যা-৫, শুভ ৰং- বগা
তুলা ৰাশি- শৈশৱৰ কোনো বন্ধুক হঠাৎ লগ পাব পাৰে । কোনো কাৰণত ধন হেৰাব পাৰে। বৈবাহিক জীৱনত সুখৰ দিন আহিব । সম্পত্তি ক্ৰয়ৰ সম্ভাৱনা। শুভ সংখ্যা-১, শুভ ৰং- সুমথিৰা
বৃশ্চিক ৰাশি- আনৰ বেয়া চিন্তা নকৰিব। অন্যথা আপোনাৰ দিনটো বেয়া হ’ব পাৰে। কোনো কামত বন্ধুৰ সমৰ্থন পাব । জীৱন সংগীৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। সন্ধিয়া শনি মন্দিৰত ধূপ জ্বলাব। শুভ সংখ্যা-৬, শুভ ৰং- বেঙুনীয়া
ধনু ৰাশি- ভাবি থকা কামবোৰ সম্পূৰ্ণ হ’ব । কোনো ডাঙৰ ব্যক্তিৰ সানিধ্যত খোল খাব সৌভাগ্যৰ দুৱাৰ । প্ৰেমিকাৰ লগত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। শুভ সংখ্যা-৯, শুভ ৰং- শুকুলা
মকৰ ৰাশি- বিপদৰ সময়ত আত্ম বিশ্বাস নেহেৰুৱাব । কোনো ব্যৱসায়ত অৰ্থ বিনিয়োগ কৰিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো ভালে যাব। চাকৰি প্ৰত্যাশীয়ে পাব শুভ খবৰ। প্ৰেমত কিছু বাধা। শুভ সংখ্যা-২, শুভ ৰং- ৰঙা
কুম্ভ ৰাশি-মানসিকভাৱে নিজকে শক্তিশালী কৰক ।ঘৰলৈ নতুন অতিথিৰ আগমন। লোনৰ আধৰুৱা কাম সম্পূৰ্ণ হ’ব । প্ৰেমৰ বাবে জীৱন সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা। কোনো জন্তুক খাদ্য খোৱাওক। সন্ধ্যা শিৱ মন্দিৰত গাখীৰ দান কৰক। শুভ সংখ্যা-৬, শুভ ৰং- গুলপীয়া
মীন ৰাশি- শিশু আৰু বৃদ্ধৰ মাজত বিতৰণ কৰক খাদ্য সামগ্ৰী। প্ৰিয়জনৰ পৰা দামী উপহাৰ লাভ কৰিব। সৰু সৰু কথাত খং নকৰিব । আজৰি সময়ত কিতাপ পঢ়িব। শুভ সংখ্যা- ১, শুভ ৰং-সেউজীয়া