আকৌ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী প্ৰসংগ
ৰাকেশ পালৰ আমোলাৰ মেলেৰিয়া বিষয়াৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল
১৪ গৰাকী মেলেৰিয়া বিষয়াৰ নিযুক্তি বাতিল উচ্চ ন্যায়ালয়ৰ
২০১২ বৰ্ষত APSC-এ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল
২০১৫ চনত ৫৯ গৰাকী প্ৰাৰ্থীৰ নিযুক্তিৰ তালিকা প্ৰকাশ কৰিছিল
লিখিত পৰীক্ষাৰ সলনি মৌখিক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত প্ৰকাশ তালিকা
এই তালিকাৰ বিৰুদ্ধে গুৱাহাটী HCৰ দ্বাৰস্থ হৈছিল একাংশ প্ৰাৰ্থী শুনানিৰ অন্তত নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ