অভিনেত্ৰী তামান্না ভাটিয়াক EDৰ জেৰা। গুৱাহাটীৰ ED কাৰ্যালয়ত জেৰা অভিনেত্ৰীগৰাকীক। দিনত ১:২৫বজাত EDৰ কাৰ্যালয়ত আহি উপস্থিত হৈছে তামান্না ভাটিয়া ।অভিনেত্ৰীগৰাকীৰ লগত আহিছে তেওঁৰ মাতৃ। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰীগৰাকীয়ে। পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ED চমন দিছিল তমান্নাক। কিন্তু বৰ্তমান সময়ত EDএ গুৱাহাটীলে তেওঁক কিয় মাতিলে সেয়া স্পষ্ট নহলেও সন্দেহ কৰিব পাৰি যে মহাৰাষ্ট্ৰৰ গোচৰতে তেওঁক সোধা পোছা EDৰ
Post Views: 15