হৰ্ণবিল উৎসৱৰ ২৫ বছৰ : কিছামাত বৈচিত্ৰ্য উদযাপনৰ ব্যাপক প্ৰস্তুতি
ডিজিটেল ডেস্ক : ঐতিহ্যমণ্ডিত গাঁও কিছামাত এতিয়া সীমাহীন ব্যস্ততা । প্ৰখ্যাত এই গাঁওখনলৈ লক্ষাধিক পৰ্যটক তথা অতিথিক আদৰিবলৈ প্ৰস্তুতি চলাইছে নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ লগতে স্থানীয় লোকে ।কিয়নো চলিত বৰ্যৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈ গাঁওখনত পূৰ্বৰ দৰেই অনুষ্ঠিত হব বিখ্যাত হৰ্ণবিল উৎসৱ ।উল্লেখ্য যে, প্ৰত্যেক বছৰে কহিমাস্থিত ঐতিহ্যমণ্ডিত এই গাঁওখনত ১ৰ পৰা ১০ ডিচেম্বৰলৈ উলহ-মালহেৰে […]
শান্তিৰে শুব পৰা নাই, খাব পৰা নাই : অৱশেষত চিঠিত ক্ষমা খোজি চোৰে ঘূৰাই দিলে চুৰি কৰি নিয়া মূৰ্তি
ডিজিটেল ডেস্ক : মন্দিৰলৈ চিঠি লিখি চোৰে ঘূৰাই দিলে চুৰি কৰা ৰাধা-কৃষ্ণৰ মূৰ্তি । মন্দিৰৰ পৰা অষ্ট ধাতুৰ মূৰ্তিকেইটা চুৰি কৰাৰ পিছতে পুত্ৰ অসুস্থ হৈ পৰাত চোৰে গ্ৰহণ কৰিলে এই সিদ্ধান্ত ।ক্ষমা বিচাৰি চোৰে পত্ৰত বৰ্ণনা কৰিছে যে কেনেকৈ তেওঁৰ পুত্ৰ আৰু পত্নী মূৰ্তি চুৰি কৰাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল । লগতে চোৰে পত্ৰত […]
মহিলা টি-২০ বিশ্বকাপ : জানক ভাৰতৰ সম্পূৰ্ণ সময়সূচী, দল আৰু খেলৰ সময়
ডিজিটেল ডেস্ক : ৩ অক্টোবৰৰ পৰা সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE)ত আৰম্ভ হৈছে মহিলাৰ টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখনৰ নৱম সংস্কৰণ । হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে শুকুৰবাৰে অৰ্থাৎ ৪ অক্টোবৰত তেওঁলোকৰ মহিলা টি-২০ বিশ্বকাপ ২০২৪ত অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে । ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ উপৰিও ট্ৰফী দখলৰ বাবে প্ৰতিযোগিতাখনৰ অন্যতম ফেভাৰিট দল হৈছে ভাৰত । ভাৰতে এইবাৰ […]
আই চি চি মহিলা টি-২০ বিশ্বকাপ ২০২৪ : জানক প্ৰতিযোগিতাখনৰ বিষয়ে ১০ টা কথা
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰ, ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আই চি চি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ । ৰাজনৈতিক পৰিস্থিতিৰ বাবে বাংলাদেশৰ পৰা ইউ এ ই-লৈ স্থানান্তৰিত হোৱাৰ পিছত, প্ৰতিযোগিতাখনৰ প্ৰথম দুখন মেচ বৃহস্পতিবাৰে ডুবাই আৰু শ্বাৰজাহত অনুষ্ঠিত হৈছে । ভাৰতীয় দলেও ৪ অক্টোবৰত নিউজীলেণ্ডৰ বিৰুদ্ধে প্ৰতিযোগিতখনত নিজৰ অভিযান আৰম্ভ কৰিব ।প্ৰতিযোগিতাখনৰ বিষয়ে আপুনি জানিব […]