দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন অভিযুক্তক এনকাউন্টাৰ…

দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন অভিযুক্তক এনকাউন্টাৰ অভিনেত্ৰী দিশা পাটানীৰ বাৰেলী স্থিত বাসগৃহত গুলীচালনাৰ গোচৰত আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে।মঙলবাৰে গাজিয়াবাদৰ থানা টেকন’ চিটি অঞ্চলত সংঘটিত হোৱা এই এনকাউণ্টাৰত এই ঘটনাৰ মূল অভিযুক্ত ৰবীন্দ্ৰ আৰু অৰুণক হত্যা কৰা হয়।এই যৌথ অভিযানটো ইউ পি এছ টি এফ, দিল্লী আৰক্ষী বিশেষ কোষ আৰু হাৰিয়ানা এছ টি […]
GST কৰ্তনৰ অধিসূচনা জাৰি; ২২ ছেপ্টেম্বৰৰ পৰা সস্তা হ’ব এইবোৰ বস্তু

GST কৰ্তনৰ অধিসূচনা জাৰি বুধবাৰে পণ্য আৰু সেৱা কৰ (GST)ৰ নতুন হাৰ সন্দৰ্ভত কেন্দ্ৰই এক অধিসূচনা জাৰি কৰিছে ।এই নতুন হাৰ ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। বিত্ত মন্ত্ৰালয়ৰ এই অধিসূচনা যোৱা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত কৰা বৃহৎ পৰিৱৰ্তনৰ পিছত আহিছে আৰু ই ২০১৭ চনৰ ২৮ জুন তাৰিখৰ অধিসূচনাক অতিক্ৰম কৰে। অধিসূচনা […]
বিহাৰ নিৰ্বাচনৰ পূৰ্বে ECৰ নতুন নিৰ্দেশনা; থাকিব লাগিব প্ৰাৰ্থীৰ ৰঙীন ফটো, ইভিএমত ক্ৰমিক নম্বৰ

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ECৰ নতুন নিৰ্দেশনা আগন্তুক সপ্তাহত বিহাৰত বিধানসভা নিৰ্বাচনত ভোটদান কৰা হ’ব।নিৰ্বাচন আয়োগে এতিয়াও ঘোষণা কৰা নাই তাৰিখ। অৱশ্যে ভোটদানৰ তাৰিখ ঘোষণাৰ পূৰ্বে নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।নিৰ্বাচনী আয়োগে বিহাৰৰ পৰা আৰম্ভ কৰিছে এক নতুন পৰীক্ষা,ইয়াৰ অধীনত ইভিএমৰ বেলট পেপাৰত এতিয়াৰে পৰা প্ৰাৰ্থীৰ ৰঙীন ফটো থাকিব।ইয়াৰ পূৰ্বে ফটোবোৰ ক’লা-বগা আছিল। নিৰ্বাচন আয়োগে এই […]
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা; প্ৰথম থ্ৰ’তে যোগ্যতা অৰ্জন

বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰা জাপানৰ টকিঅ’ত অনুষ্ঠিত ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ অৰ্হতা ৰাউণ্ডত নীৰজ চোপ্ৰাই প্ৰথম প্ৰচেষ্টাতে ৮৪.৮৫ থ্ৰ’ৰে অন্তিম ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। বুধবাৰে কোৱালিফাইং ৰাউণ্ডৰ প্ৰথমটো থ্ৰ’ত নীৰজ চোপ্ৰাই এই কৃতিত্ব অৰ্জন কৰে। দৰাচলতে ৮৪.৫০ মিটাৰ কোৱালিফিকেশন মাৰ্ক আছিল। কিন্তু নীৰজে ৮৪.৮৫ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে।কাইলৈ অৰ্থাৎ […]
এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয়; মুখ ঠেকেচা পাকিস্তানৰ

এছিয়া কাপত ভাৰতীয় দলৰ দ্বিতীয়টো জয় এছিয়া কাপ ২০২৫ৰ ষষ্ঠখন খেল আজি ভাৰত আৰু পাকিস্তানৰ মাজত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম অনুষ্ঠিত হৈছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ১২৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ইয়াৰ প্ৰত্যুত্তৰত টিম ইণ্ডিয়াই ১৫.৫ অভাৰত সহজেই লক্ষ্যত উপনিত হ’বলৈ সক্ষম হয়। পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতে। ভাৰতৰ এই বিজয়ৰ বহু নায়ক আছিল। […]
নেপালৰ Gen-Z এ গেমিং এপৰ জৰিয়তে বাছি লৈছিল প্ৰধানমন্ত্ৰীক; কিয় ব্যৱহাৰ কৰিছিল Discord App?

নেপালৰ Gen-Z এ কিয় ব্যৱহাৰ কৰিছিল Discord App? নেপালত Gen-Z বিপ্লৱৰ পিছত এতিয়া নতুন প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে,যি নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নাম সুশীলা কাৰ্কী। সুশীলা কাৰ্কীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচন কৰাত আন্দোলনৰ লগতে এটা মোবাইল এপেও ভূমিকা গ্ৰহণ কৰিছে, যাৰ নাম Discord। Discord এপটো ২০১৫ চনত এটা গেমিং এপ হিচাপে আৰম্ভ হৈছিল। এই এপটো […]
চুলিৰ স্বাস্থ্যৰ বাবে দৈনিক খাওক এইবোৰ খাদ্য; চুলি সৰাও হ’ব হ্ৰাস

চুলিৰ স্বাস্থ্যৰ বাবে দৈনিক খাওক এইবোৰ খাদ্য চুলি সৰা ৰোধ কৰিবলৈ ইয়াক ভিতৰৰ পৰা শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ। যাৰ বাবে আপুনি সুষম খাদ্য গ্ৰহণ কৰিব লাগে। প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু চুলি সৰা কমোৱাত সহায় কৰিব পাৰে। চুলিৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান কাৰণ […]
‘জুমলাৰ বৰষুণ কৰাবলৈ আহি আছে’; বিহাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ তেজস্বী যাদৱৰ

প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ তেজস্বী যাদৱৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিহাৰ ভ্ৰমণৰ ঠিক পূৰ্বে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে তেওঁৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।তেজস্বীয়ে কয় যে কাইলৈ মোদীজীয়ে জুমলাৰ বৰষুণ কৰিবলৈ বিহাৰলৈ আহিব। তেওঁ প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে তেওঁ কেৱল অনুপ্ৰৱেশকাৰীৰ কথা কয়,কিন্তু দৰিদ্ৰতা, শিক্ষা আৰু স্বাস্থ্যৰ দৰে বিষয়ত তেওঁলোক নিমাত হৈ […]
ভাৰতীয় জীয়ৰীৰী বৃহ সাফল্য; বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি মীনাক্ষীৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ইতিহাস সৃষ্টি মীনাক্ষীৰ দেওবাৰে ভাৰতীয় অনুৰাগীৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা আহিল এক ডাঙৰ খবৰ।সন্ধিয়া খেলৰ বাবে অপেক্ষা কৰি থকা সকলক মীনাক্ষী হুদাই অনুৰাগীক এক সুন্দৰ খবৰ দিলে। ১৪ ছেপ্টেম্বৰ দেওবাৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰে। এই পদক লাভ কৰি দেশৰ কন্যাই ইতিহাস ৰচনা কৰিলে। ফাইনেলত বহুবাৰৰ বিশ্বৰ […]
‘ক’লা বেণ্ড পিন্ধি ভাৰতীয় দলে খেলক মেচ…’; ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য

ভাৰত-পাকৰ মেচক লৈ ভাইৰেল ৰবীনা টেণ্ডনৰ মন্তব্য এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ ওপৰত সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে।এই মেচখন চাবলৈ সকলোৱে উৎফুল্লিত হৈ পৰিছে। কিন্তু আনহাতে কিছুমান মানুহে ভাৰতীয় দলৰ খেলুৱৈসকলে এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলিব নালাগিছিল বুলিও কৈছে। পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা লোকসকলেও ইয়াৰ বিৰুদ্ধে মাত মাতিছে।তেওঁ […]