নেপালৰ বিদ্ৰোহৰ ১০ দিনৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী; ভাড়াঘৰেই হ’ব ঠিকনা

নেপালৰ বিদ্ৰোহৰ পিছত প্ৰথমবাৰলৈ ৰাজহুৱা স্থানত প্ৰাক্তন প্ৰধানমন্ত্ৰী অলী যোৱা ৯ ছেপ্টেম্বৰত নেপালত Gen-Z ৰ প্ৰতিবাদৰ হেঁচাত কেপি শৰ্মা অলীয়ে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল। দুৰ্নীতি আৰু নেপটিজিমৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই অহা যুৱ-প্ৰজন্মৰ ধুমুহাই নেপালৰ চৰকাৰক উৰুৱাই লৈ যায়।তাৰ পিছতেই পদত্যাগ কৰি পলায়ন কৰিছিল কেপি শৰ্মা অলীয়ে। পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে […]
দিল্লীৰ পৰা মুম্বাইলৈ আইফোন ১৭ৰ জোৱাৰ; নিশা ১২ বজাৰ পৰা মলৰ বাহিৰত দীঘলিয়া শাৰী

দিল্লীৰ পৰা মুম্বাইলৈ আইফোন ১৭ৰ জোৱাৰ আজি প্ৰযুক্তিৰ জগতখনত এটা ঐতিহাসিক মুহূৰ্ত আহিছে,কাৰণ অৱশেষত এপলে লঞ্চ কৰিলে আইফোন ১৭।ইয়াৰ বাবে বহুদিনৰ পৰা লোকসকলে অপেক্ষা কৰি আহিছে। এই আইফোন ১৭ ক লৈ ৰাইজৰ মাজত এনে উন্মাদনা দেখা গৈছে যে বৃহস্পতিবাৰে নিশাৰ পৰা বহু লোকে মলৰ বাহিৰত দীঘলীয়া শাৰী পাতিছিল। দিল্লী আৰু মুম্বাইৰ পৰা এনে কিছুমান ছবি […]
ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ; লণ্ডনৰ পৰা উভতি অহাৰ সময়তে যান্ত্ৰিক বিজুতি

ট্ৰাম্পৰ হেলিকপ্টাৰৰ জৰুৰীকালীন অৱতৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ হেলিকপ্টাৰখনে জৰুৰীকালীন অৱতৰণ কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে লণ্ডনৰ ওচৰৰ লুটন বিমানবন্দৰৰ ওচৰত।এই সময়ত ফাৰ্ষ্ট লেডী মেলানিয়াও তেওঁৰ লগত আছিল। ৰাষ্ট্ৰপতি গৰাকীয়ে চেকাৰছৰ পৰা লণ্ডনৰ ষ্টেনষ্টেড বিমানবন্দৰলৈ যাত্ৰা কৰাৰ কথা আছিল কিন্তু বাটত তেওঁৰ হেলিকপ্টাৰ মেৰিন ৱানে লুটন বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হৈছিল। […]
৯০০ গণিতজ্ঞৰ ডাঙৰ তথ্য; কোনো কাম নাই UGC ৰ নতুন গণিতৰ পাঠ্যক্ৰমৰ

কোনো কাম নাই UGC ৰ নতুন গণিতৰ পাঠ্যক্ৰমৰ UGC এ গণিত বিষয়ৰ বাবে যি পাঠ্যক্ৰমৰ খচৰা প্ৰস্তুত কৰিছে,ইয়াৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তৰ গণিতজ্ঞ, বিশেষজ্ঞ, গৱেষক, ছাত্ৰ-ছাত্ৰীয়ে আবেদন দাখিল কৰিছে। ইয়াত ইয়াক গুৰুতৰ ত্ৰুটিৰে ভৰা বুলি বৰ্ণনা কৰা হৈছে আৰু কোৱা হয় যে যদি ইয়াক গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ ফলত ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ক্ষতি […]
হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট; বন্ধ হ’ল গোচৰ

হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপক ক্লিন চিট হিণ্ডেনবাৰ্গ গোচৰত আদানী গ্ৰুপ আৰু গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে ডাঙৰ সকাহ পাইছে।বজাৰ নিয়ন্ত্ৰক ছেবিয়ে বৃহস্পতিবাৰে আদানী গ্ৰুপ আৰু ইয়াৰ অধ্যক্ষ গৌতম আদানীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দ্বাৰা জাপি দিয়া গোচৰটোত ক্লিন চিট দি অভিযোগৰ পৰা মুক্ত কৰা হয়। ছেবিৰ তদন্তত গৌতম আদানী আৰু আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গোচৰত উত্থাপিত […]
‘ছলমান খান গুণ্ডা…পৰিয়ালৰ মানুহো স্বাভাৱিক নহয়’; ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য

ছলমান খানৰ বিৰুদ্ধে পৰিচালকৰ বিস্ফোৰক মন্তব্য ১৫ বছৰীয়া ছুপাৰহিট ছবি ‘দবাংগ’ৰ পৰিচালক অভিনৱ কাশ্যপে ছলমান খানক পুনৰ আক্ৰমণ চলাইছে।এক সাক্ষাৎকাৰত তেওঁ কয় যে ‘দবাং’ৰ আগতে ছলমানে নিজৰ ভাবমূর্তি সলনি কৰাৰ প্রয়োজন আছিল৷ সেই সময়ত তেওঁ ‘ৱাণ্টেড’ আৰু ‘তেৰে নাম’ আদি ছবিৰ বাবে পৰিচিত আছিল,যাৰ বাবেই মানুহে তেওঁক ‘খিঙখিঙিয়া’ আৰু ‘উদ্ভণ্ড’ বুলি মানি লৈছিল।অভিনৱে কয় যে […]
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা…

থমকিল অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা টকিঅ’ত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ৰ পুৰুষৰ জেভেলিন থ্ৰ’ ফাইনেলত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই অষ্টম স্থান দখল কৰে। নীৰজৰ শ্ৰেষ্ঠ থ্ৰ’ আছিল ৮৪.০৩ মিটাৰ (দ্বিতীয় প্ৰচেষ্টা)।নীৰজৰ উপৰিও শচীন যাদৱেও ভাৰতৰ হৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।কিন্তু ২০২৫ চনৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ পদক লাভৰ […]
‘কংগ্ৰেছে সদায় ভুৱা আখ্যান বিয়পাই’; ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য

ৰাহুল গান্ধীক লৈ অমিত শ্বাহৰ ডাঙৰ বক্তব্য ভোট চুৰিৰ অভিযোগক লৈ বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল।তেওঁ ভোটাৰ ৰাইটছ যাত্ৰাক অনুপ্ৰৱেশকাৰী ৰক্ষাৰ যাত্ৰা বুলি অভিহিত কৰে। বিহাৰৰ ৰোহতাছত কৰ্মীসকলক সম্বোধন কৰি তেওঁ কংগ্ৰেছ দলে উন্নয়নৰ বিষয়ক আওকাণ কৰা আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে। […]
দৈৰ উপকাৰিতাৰ বিষয়ে জানেনে? পাব ফলাফল

দৈৰ উপকাৰিতাৰ বিষয়ে জানেনে? অসমীয়াৰ জলপানৰ ভিতৰত অন্যতম হৈছে দৈ। চিৰা, কোমল চাউল আদি দৈ লগত সকলোৱে জুতি লয়। দৈ অবিহনে যেন আধৰুৱা ঘৰৰ বিভিন্ন অনুষ্ঠান। দৈৰ লগত অসমীয়া সমাজৰ চিনাকি পুৰণিকলীয়া৷ দৈৰ প্রচুৰ উপকাৰীতাৰ কাৰণে অসমত দৈ এবিধ প্রিয় খাদ্য। কোৱা হয় যে গাখীৰতকৈও দৈ বেছি উপকাৰী। দৈ স্বাস্থ্য আৰু সৌন্দৰ্য উভয়ৰ বাবে খুব […]
গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট; মুকলি কৰিব হেডছ-আপ ডিছপ্লেৰ স্মাৰ্ট চশমা

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট Meta Connect 2025 আৰম্ভ হ’বলৈ ওলাইছে।এই অনুষ্ঠানৰ আৰম্ভণি কৰিব ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে।এই অনুষ্ঠানৰ সময়ত কোম্পানীটোৱে কেইবাটাও ডাঙৰ ঘোষণা কৰিব। ইয়াৰ ভিতৰত আছে নতুন ৰে-বেন মেটা গ্লাছ,Oakley Meta Sphaera Glasses আৰু আৰু বহুতো ডাঙৰ ডাঙৰ ঘোষণা থাকিব। ইয়াৰ পূৰ্বে এপলে নিজৰ আইফোন ১৭ ছিৰিজ […]