জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….

জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিছে।সামাজিক মাধ্যমত এটা পোষ্টত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, “আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰীশ্যামকানু মহন্ত আৰু শ্ৰীসিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক সমূহ […]
“তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত,ছিংগাপুৰৰ অকাংশ অসমীয়া”; মুখ্যমন্ত্ৰী

তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দি গৈছে প্ৰতিটো ক্ষণৰ খবৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়া মতে ছিংগাপুৰত ইতিমধ্যে সম্পন্ন হ’ল মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে এখন বিশেষ বিমানেৰে ছিংগাপুৰৰ পৰা অসমলৈ লৈ অনাৰ যো-জা কৰি থকা হৈছে।আৰু দেওবাৰে পুৱা অসম পাবহি জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ইফালে শ্যামকানু মহন্তৰ […]
PAK ৰ বিৰুদ্ধে খেলৰ পূৰ্বে ভাৰতীয় দলৰ বিপৰ্যয়; আঘাতপ্ৰাপ্ত অক্ষৰ পেটেল

আঘাতপ্ৰাপ্ত অক্ষৰ পেটেল এছিয়া কাপ ২০২৫ৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ওমানক ২১ ৰানত পৰাস্ত কৰি জয়ৰ হেট্ৰিক পঞ্জীয়ন কৰে ভাৰতীয় দলটোৱে।ওমানে ভাৰতৰ বিৰুদ্ধে কঠোৰ যুঁজ দিছিল, কিন্তু জয়লাভ কৰিব নোৱাৰিলে। ভাৰতৰ পৰৱৰ্তী মেচ দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলা হ’ব। এয়া হ’ব টিম ইণ্ডিয়াৰ প্ৰথমখন ছুপাৰ ৪ মেচ। কিন্তু তাৰ আগতে টিম ইণ্ডিয়াই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন […]
ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে।তাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে যে ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। ভাৰতীয় সময় অনুসৰি দিনৰ ১১.৩০ বজাত জুবিন গাৰ্গৰ হ’ব মৰণোত্তৰ পৰীক্ষা। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা বিয়লি ২ বজালৈ […]
জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা…; বিষন্ন সমগ্ৰ ৰাজ্য

জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা… অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। নিশা উজাগৰে থাকিল সমগ্ৰ ৰাজ্যবাসী।ওৰে নিশা শুব নোৱাৰিলে ৰাজ্যবাসীয়ে। বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ মৃত্যুত অজস্ৰ গুণমুগ্ধই শোকত ভাগি পৰিছে। অনামিকাৰ পৰা আৰম্ভ হোৱা জুবিনৰ সুৰীয়া যাত্ৰা স্তব্ধ হ’ল ছিংগাপুৰত।উৰে নিশা জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত তেওঁৰ অগণন অনুৰাগী বহি থাকিল। প্ৰতিজনে চিঞৰিলে ‘জুবিন দা অমৰ […]
কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ…

কাইলৈ স্বগৃহলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ… ছিংগাপুৰত অনুস্থিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তাৰ মাজতে জানিব পৰা মতে শনিবাৰে ছিংগাপুৰৰ পৰা অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। এয়াৰ এম্বুলেন্সেৰে কাইলৈ লৈ অনা হ’ব জুবিনৰ নশ্বৰ দেহ। সন্ধিয়া ৮ বজাত ছিংগাপুৰৰ উচ্চস্তৰীয় বিষয়াৰ সৈতে […]
ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট…

ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গে সামৰিলে জীৱন নাট ছিংগাপুৰৰ পৰা আহিল ৰাজ্যজোকাৰি যোৱা খবৰটো।অসমৰ আকাশৰ ভোটাতৰাটো আজি খহি পৰিল।বৃহস্পতিবাৰ নিশা নৰ্থ ইষ্ট ফেষ্টিভেলত শেষবাৰৰ বাবে গীত পৰিৱেশন কৰি জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰে। ইউক্লিপটাছ গছৰ দৰে ওখ হ’ব বিচৰা জুবিন গাৰ্গ হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অজান দেশলৈ গুচি গ’ল। অসমৰ হিয়াৰ […]
পাখি মেলি উৰি গ’ল; জুবিন গাৰ্গ আৰু নাই

জুবিন গাৰ্গ আৰু নাই ৰাজ্যবাসীক কন্দোৱাই চিৰদিনৰ বাবে গুচি গ’ল অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।আনুষ্ঠানিকভাৱে চিকিৎসকে কৰিলে ঘোষণা।ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ হাৰ্টথ্ৰবগৰাকীয়ে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ।স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গৈছিল তেওঁ। আৰু প্ৰায় ৪৫ মিনিট সময় সাগৰৰ তলতে আছিল শিল্পীগৰাকী। হাৰ্টথ্ৰব গৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ। জুবিন গাৰ্গৰ মৃত্যু […]
ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন; স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰি গ’ল জুবিন গাৰ্গ

ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে অঘটন ছিংগাপুৰত দুৰ্ঘটনাত পতিত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। স্কুবা ডাইভিঙৰ সময়ত এখন নাঁৱৰ পৰা সাগৰত পৰি গ’ল জুবিন গাৰ্গ।তাৰ পিছতেই অচেতন অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে জুবিন গাৰ্গক। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ সৃষ্টি হৈছে গভীৰ উদ্বিগ্নতাৰ। বৰ্তমান ICU ত চিকিৎসাধীন হৈ আছে হাৰ্টথ্ৰব […]
এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ; খেলৰ মাজতে আহিল পিতৃৰ মৃত্যুৰ খবৰ

এক অভাৰত পাঁচটা চিক্সাৰেৰে প্ৰতিপক্ষক ধৰাশায়ী দুনিথ ৱেলালেজৰ এছিয়া কাপ ২০২৫ৰ অন্তিমখন গ্ৰুপ বি মেচ ১৯ ছেপ্টেম্বৰত শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল, য’ত শ্ৰীলংকাৰ দলটোৱে ৬ উইকেটত জয়লাভ কৰাৰ লগতে সহজেই ছুপাৰ-৪ৰ বাবে নিজৰ স্থান নিশ্চিত কৰিলে। ইফালে এই মেচখনত শ্ৰীলংকা দলৰ ১১ ৰান খেলাৰ অংশ হিচাপে থকা ২২ বছৰীয়া অল ৰাউণ্ডাৰ দুনিথ ৱেলালেজে […]