আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।আৰক্ষীৰ জালত কমলপুৰ ৰাজহ চক্ৰৰ উচ্চ বৰ্গৰ সহায়ক হীৰেন চৌধুৰী।৩ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হীৰেন চৌধুৰী। মাটি নামজাৰিৰ নামত উৎকোচ লৈছিল কৰ্মচাৰী গৰাকীয়ে।
Post Views: 336
আকৌ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।আৰক্ষীৰ জালত কমলপুৰ ৰাজহ চক্ৰৰ উচ্চ বৰ্গৰ সহায়ক হীৰেন চৌধুৰী।৩ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল হীৰেন চৌধুৰী। মাটি নামজাৰিৰ নামত উৎকোচ লৈছিল কৰ্মচাৰী গৰাকীয়ে। Post Views: 336