
-২০২৩ বৰ্ষৰ এ পি এছ চিৰ সংযুক্ত মূল পৰীক্ষাৰ ফলাফল ঘোষণা -অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ফলাফল -উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ শীঘ্ৰেই অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ -১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ -সাক্ষাৎকাৰৰ বাবে শীঘ্ৰেই জাৰী কৰা হ’ব জাননী Post Views: 15