-AIUDFৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক দলৰ পৰা নিলম্বন
-প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন জাকিৰ হুছেইন লস্কৰক

-দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে
-প্ৰাথমিক সদস্যপদৰ পৰা ৬ বছৰৰ বাবে নিলম্বন
-প্ৰেছ বিবৃতিযোগে এই কথা জনালে AIUDFৰ সাঃ সম্পাদক হাইদৰ হুছেইন বৰাই
Post Views: 213