
-মহানগৰীত ভয়ংকৰ ঘটনা -হঠাৎ ৰাজপথত উভালি পৰিল প্ৰকাণ্ড গছ -এখন কণ্টেইনাৰ বাহনৰ ওপৰত উভালি পৰে গছজোপা -কথমপি ৰক্ষা বহু লোক -কণ্টেইনাৰ বাহনত লাগি উভালি পৰে প্ৰকাণ্ড গছজোপা -ভয়ংকৰ ঘটনাক লৈ তীব্ৰ যান-জঁট -যান-জঁটত লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি -ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক Post Views: