
-পুনৰ ৰাজ্যত ভয়ংকৰ ঘটনা -সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছত অঘটন -চলন্ত অৱস্থাতে খুলি গ’ল ৰে’লৰ ইঞ্জিন -যাত্ৰীৰ মাজত হাহাকাৰ -কপলিং ছিগি এৰি যায় ডবা -ইয়াৰ লগে লগে হাহাকাৰ লাগে ৰে’লযাত্ৰীৰ মাজত -দিল্লীৰ পৰা শিলচৰ অভিমুখে আছিল ৰে’লখন -লামডিং ৰে’ল ষ্টেচনত সংঘটিত এই ঘটনা Post Views: 220