আজি পুনৰবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব অসমৰ সকলোৰে মৰমৰ জানমণি। যশস্বী বুলছবি পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্মজীৱনৰ পাতনি মেলিব শ্যামন্তিকাই।
![](https://time8.in/wp-content/uploads/2025/02/WhatsApp-Image-2025-02-06-at-11.54.25-AM.jpeg)
আজি হুমৰ গুৰিত বহিব জানমনি খ্যাত শ্যামন্তিকা শৰ্মা।কাজিৰঙাৰ বৰগছ ৰিজোৰ্টত মঙলবাৰে সম্পন্ন হয় শ্যামন্তিকাৰ বিবাহৰ মেহেন্দী অনুষ্ঠান।
![](https://time8.in/wp-content/uploads/2025/02/WhatsApp-Image-2025-02-06-at-12.19.10-PM-806x1024.jpeg)
সামাজিক মাধ্যমত অবিনেত্ৰী গৰাকীৰ মেহেন্দী অনুষ্ঠানৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে।শ্যামন্তিকা শৰ্মাৰ বিয়াখনক লৈ ইতিমধ্যে ছ’চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে।