-শ্ৰীভূমি থানাত মাৰাথন জেৰা চলোৱা হৈছে USTMৰ মহবুবুল হকক
-পাণবজাৰ থানাৰ পৰাই মহবুবুল হকক লৈ যোৱা হ’ল শ্ৰীভূমি থানালৈ
-নম্বৰ জালিয়াতি সন্দৰ্ভত আৰক্ষীয়ে চলাব জেৰা
-জেৰাৰ অন্তত বহু কেলেংকাৰী পোহৰলৈ অহাৰ সম্ভাৱনা
-পৰীক্ষা কেন্দ্ৰ সলনি কৰি জালিয়াতি কৰি অহাৰ অভিযোগ
-CBSE, মেডিকেল এনট্ৰেনছ পৰীক্ষাতো একেই কাণ্ড কৰাৰ অভিযোগ
-USTMৰ পৰা লাভ কৰা PHD সন্দৰ্ভতো প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে
-কালি নিশাই গ্ৰেপ্তাৰ কৰা হৈছিল মহবুবুল হকক
-মহবুবুল হকক ডাঙৰ প্ৰৱঞ্চক আখ্যা মুখ্যমন্ত্ৰীৰ
-পাথাৰকান্দি থানাত ৰুজু হৈছে মহবুবল হকৰ বিৰুদ্ধে গোচৰ