আজমেৰৰ দৰগাহৰ ভিতৰত শিৱ মন্দিৰ থকা বিবাদৰ মাজতে আহিছে আন এটা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি বছৰে আজমেৰ শ্বৰীফ দৰগাহত ‘চাদৰ’ আগবঢ়ায় আৰু এইবাৰ তেওঁ খাজা মইনুদ্দিন হাছান চিষ্টিৰ ৮১৩ উৰুচৰ ‘চাদৰ’ আগবঢ়াব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জানুৱাৰীত আজমেৰ শ্বৰীফ দৰগাহত ‘চাদৰ’ আগবঢ়ালে। খাদিম আফছান চিষ্টিয়ে কৈছিল যে প্ৰধানমন্ত্ৰী মোডী প্ৰতি বছৰে ঘাৰিব নাৱাজৰ দৰগাহলৈ আহে আৰু এই বছৰ চাদৰখন কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ।
খাজা মইনুদ্দিন চিষ্টিৰ উৰুচৰ বাবে আগবঢ়ালে এই বিশেষ চাদৰখন।সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিলে সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে।আজমেৰ শ্বৰীফ দৰগাহত প্ৰদান কৰা হ’ব এই বিশেষ চাদৰখন।
ই এক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিছে । প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰাই ১০ বচৰে নৰেন্দ্ৰ মোডীয়ে আজমেৰ দৰগাহলৈ এই বিশেষ চাদৰখন প্ৰেৰণ কৰি আহিছে।