-অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ পৰা যোৱা পৰ্যটকৰ বাহন
-পাহৰৰ ওপৰৰ পৰা প্ৰায় ৫০ ফুট তলত বাগৰি পৰে যাত্ৰীসহ বাহন
-ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ পৰা অৰুণাচলৰ আনিনীলৈ গৈছিল একেটা পৰিয়াল লোককেইজন
-আনিনীৰ পৰা ডিব্ৰুগড়লৈ উভতি অহাৰ সময়তে পতিত হয় দুৰ্ঘটনাত
-উদ্ধাৰ কৰা হৈছে বাহনখনত থকা লোককেইজনক
-আহতসকল স্বামী-স্ত্ৰী হিতেন্দ্ৰ নাথ বুঢ়াগোঁহাই, ৰেখা বুঢ়াগোঁহাই
-পুত্ৰ বেদব্ৰত বুঢ়াগোঁহাই, দেৱব্ৰত বুঢ়াগোঁহাই
-বোৱাৰী প্ৰমীলা সিং বুঢ়াগোঁহাই বুলি জানিব পৰা গৈছে
-কেইবাজনৰো অৱস্থা সংকটজনক বুলি খবৰ
