অভয়াপুৰী জিলা কাৰাগাৰত ভয়ংকৰ ঘটনা।জিলা কাৰাগৰৰ ভিতৰতেই চিপ লৈ আত্মহনন এগৰাকী আচামীৰ।
আচামীজন চিৰাঙ জিলাৰ আমগুৰীৰ ঈশান নাৰ্জাৰী বুলি জানিব পৰা গৈছে। POCSO গোচৰত দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল আচামীজনে।
Post Views: 348
অভয়াপুৰী জিলা কাৰাগাৰত ভয়ংকৰ ঘটনা।জিলা কাৰাগৰৰ ভিতৰতেই চিপ লৈ আত্মহনন এগৰাকী আচামীৰ। আচামীজন চিৰাঙ জিলাৰ আমগুৰীৰ ঈশান নাৰ্জাৰী বুলি জানিব পৰা গৈছে। POCSO গোচৰত দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল আচামীজনে। Post Views: 348